সোমবাৰে পৱিত্ৰ ৰাখীবন্ধন

103

ষ্টাফৰিপৰ্টাৰ, কাইলৈ পৱিত্ৰ ৰাখীবন্ধন উৎসৱ। কাইলৈ ৰাখী পুৰ্ণিমাৰ লগতে শাওনৰ মাহৰ শেষৰটো সোমবাৰ আৰু শ্ৰাৱনী পূৰ্ণিমা।
কৰ’না ভাইৰাছৰ বাবে ব্যৱসায়ী সকলে লোকচানৰ সন্মুখীন হৈছে। এই সম্পৰ্কে ফাঁচী বজাৰৰ পাইকাৰী ব্যৱসায়ী ‘বিদ্যাৰাখী’ৰ স্বত্বা ধিকাৰী উমা শৰ্মাই কয় ‘
কৰ’না ভাইৰাছৰ বাবে এইবাৰ আমাৰ যথেষ্ট লোকচান হৈছে। এইবাৰ মোদী ৰাখী, কৃষ্ণ ৰাখী, পাউভাজি, মেগী, ইডলি ৰাখী, লুম্বা ৰাখী, চাউমিন ৰাখী আদি কলকাতা, দিল্লীৰ পৰা আনিছিলোঁ যদিও এইবাৰ আমি যথেষ্ট লোকচানৰ সন্মুখীন হলো।
বহু ভগ্নীয়ে দূৰৈত থকা মৰমৰ ভ্ৰাতৃক পঠিয়াব নোৱাৰিলে ৰাখী কাইলৈ পৱিত্ৰ ৰাখী বন্ধন উৎসৱ। ভাতৃ ভগ্নীৰ মৰমৰ বান্ধোনক অধিক শক্তিশালী কৰি তুলিব।
ভাতৃয়েও ভগ্নীৰ ৰক্ষা কৰাৰ লগতে ভগ্নীয়েও মৰমৰ ভাতৃৰ দীর্ঘায়ু কামনা কৰে ৰক্ষা বন্ধৱৰ দিনটোত।