‘সাৱধানতা অৱলম্বন কৰক’। কানাডাত বসবাস কৰা ভাৰতীয়সকলক পৰামৰ্শ ভাৰত চৰকাৰৰ। হৰদ্বীপ সিং নিজ্জাৰৰ হত্যাকাণ্ডত ভাৰত জড়িতৰ অভিযোগত লৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা অচলাৱস্থাৰ মাজতে এই আহ্বান চৰকাৰৰ।