সাংবাদিককো স্বাস্থ্য বীমাৰ আওতালৈ আনিলে চৰকাৰে

91

ষ্টাফ ৰিপোৰ্টাৰ, ২৭ এপ্ৰিল : সাংবাদিককো স্বাস্থ্য বীমাৰ আওতালৈ আনিলে চৰকাৰে। কভিড- ১৯ ত জীৱন গ’লে সাংবাদিকে পাব ৫০ লাখ টকা। দিছপুৰত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।