সমাজবাদী পাৰ্টীৰ কৰ্মীক আক্ৰমণৰ অপৰাধত এবছৰৰ কাৰাদণ্ড উত্তৰ প্ৰদেশৰ মন্ত্ৰী নন্দ গোপাল নন্দীক…

231

২০১৪ চনৰ নিৰ্বাচনী সভাত সমাজবাদী পাৰ্টিৰ কৰ্মীক আক্ৰমণ কৰাৰ অপৰাধত উত্তৰ প্ৰদেশৰ মন্ত্ৰী নন্দ গোপাল নন্দীক এবছৰৰ কাৰাদণ্ড বিহা হৈছে।

তেতিয়াৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নন্দীয়ে ৰেৱতী ৰমন সিঙে ভাষণ দি থকা এখন ৰাজহুৱা সভাত শ্ৰমিকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

অৱশ্যে নন্দীক জামিন মঞ্জুৰ কৰা হৈছে আৰু এতিয়া তেওঁ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব পাৰিব।