ৰক্তচাপ জনিত কাৰণত আজি পুৱা নলবাৰীৰ আল্লিয়াৰ বাসভৱনত আকস্মিকভাৱে মৃত্যু হয়৷ মৃত্যুৰ সময়ত বয়স আছিল ৫৮ বছৰ৷ মৃত্যুৰ সময়ত পত্নী, একমাত্ৰ পুত্ৰ আৰু দুই কন্যাক ইহসংসাৰত এৰি থৈ যায়৷ বিশিষ্ট সমাজকৰ্মী খুৰচিদ আলমৰ মৃত্যুত নলবাৰীত গভীৰ শোকৰ ছাঁ পৰে৷ দীৰ্ঘকাল ধৰি অসম ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি আছিল৷ ২০১৬ চনত নলবাৰী সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ খুৰচিদ আলম নলবাৰীৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জৰিত আছিল৷
Latest article
ব্যতিক্রম আয়োজিত আন্তঃৰাষ্ট্ৰীয় লেখক সমাৰোহৰ সফল সমাপ্তি
প্রবল উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে যোৱা ২২ নবেম্বৰৰ পৰা ২৫ নৱেম্বৰ লৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্রান্তত সফলভাবে অনুষ্ঠিত হ'ল ব্যতিক্রম আন্তঃৰাষ্ট্রীয় লেখক সমাৰোহ। অসমৰ...
কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে বেগুচৰাইত মুকলি কৰিলে বিহাৰৰ সৰ্ববৃহৎ বস্ত্ৰ প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ
কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে আজি বিহাৰৰ বেগুচৰাইত উন্মোচন কৰিলে জীৱিকা দিদি প্ৰশিক্ষণ তথা উৎপাদন কেন্দ্ৰ, যি কেন্দ্ৰ বস্ত্ৰ খণ্ডৰে জড়িত গ্ৰাম্য মহিলাসকলক শক্তিশালী...
হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে সাজু হৈছে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ
বিহুৰ পাছতেই এইবাৰ হাজাৰ হাজাৰ যুৱক- যুৱতীয়ে সাৰ্বজনীনভাৱে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃৃত্য। অসমৰ ৮০০ খন চাহ বাগিচাৰ যুৱক-যুৱতীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। এডভান্টেজ...