শুকুৰবাৰে দেশে পালন কৰে ৭৫ সংখ্যক গণৰাজ্য দিৱস। দেশৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। দিল্লীত বিজয় চ’কৰ পৰা কৰ্তব্য পথলৈ পেৰেডৰে আৰম্ভ হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী । ঘোঁৰা গাড়ীৰে কৰ্তব্য পথলৈ আহিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ তাৰ পাছতে ৰাষ্ট্ৰীয় সংগীত আৰু বন্দুকৰ প্ৰণালীয়ে অভিবাদন জনায় ।