শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰীক নিলম্বন

187

শিৱসাগৰৰ ভাৰপ্ৰাপ্ত কোষাগাৰ প্ৰাধিকাৰীক নিলম্বন। কোষাগাৰ প্ৰাধিকাৰী সঞ্জীৱ বৰাক চাকৰিৰ পৰা নিলম্বন। অসম চৰকাৰৰ বিত্তীয় বিভাগে নিলম্বন কৰিছে সঞ্জীৱ বৰাক। পেন্সনাৰ, হিতাধিকাৰীৰ বিল অনুমোদনৰ নামত ধন দাবীৰ অভিযোগ। সঞ্জীৱ বৰাৰ বিৰুদ্ধে সময়মতে কাৰ্যালয়ত উপস্থিত নথকাৰো অভিযোগ। কৰ্তব্যৰত অৱস্থাত সুৰাসক্ত হৈ থকা অপৰাধত নিলম্বন সঞ্জীৱ বৰাক। সঞ্জীৱ বৰা শিৱসাগৰ জিলা পৰিষদৰ মুখ্য গাণনিক বিষয়া হিচাপেও কৰ্মৰত আছিল।