শিৱসাগৰত নিৰ্লজ্জ কাণ্ড।শিৱসাগৰ সদৰ থানা ভিতৰতে এগৰাকী মহিলাক যৌন নিৰ্যাতন এজন পুলিচ বিষয়াই।

120

শিৱসাগৰত নিৰ্লজ্জ কাণ্ড।শিৱসাগৰ সদৰ থানা ভিতৰতে এগৰাকী মহিলাক যৌন নিৰ্যাতন এজন পুলিচ বিষয়াই।

শিৱসাগৰ সদৰ থানাৰ উপ-পৰিদৰ্শকৰ বিৰোদ্ধে যুৱতীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন

উপ-পৰিদৰ্শক ৰিপজ্যোতি দলেৰ বিৰোদ্ধে ধৰ্ষণৰ অভিযোগ যুৱতীৰ । থানাৰ ভিতৰতে উপ-পৰিদৰ্শক গৰাকীয়ে যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল যুৱতী গৰাকীক।

শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল যুৱতীৰ

এজাহাৰৰ ভিত্তিত ৪৩৫/২২ নম্বৰত IPC ৩৫৪/৩৫৪ (এ) ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ উপ-পৰিদৰ্শক দলেক।

ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাৰ পাছত কাৰাগাৰলৈ প্ৰেৰণ উপ-পৰিদৰ্শকগৰাকীক।