শিলচৰত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ মেহেৰপুৰত মহিলাসহ ৫টা ড্ৰাগছ সৰবৰাহকাৰীক আটক৷ মেহেৰপুৰৰ এখন দোকানত অভিযান চলাইছিল আৰক্ষীয়ে৷ অভিযানকালত উদ্ধাৰ ৩০৬ গ্ৰাম হেৰ’ইন৷ দোকানৰ কৰ্মচাৰী মোস্তাক আহমদ, মকবুল আলম, ৰাজন আহমদ, এমাজ হোছেইনক আটক আৰক্ষীৰ৷ মস্তাক আহমদ আৰু চুমকি বেগমকো আটক কৰে আৰক্ষীয়ে।
