শিমলুগুৰিত দিখৌত সন্ধানহীন ৩ কিশোৰৰ এজনৰ মৃতদেহ উদ্ধাৰ। ৪ দিনৰ মূৰত উদ্ধাৰ কৃষ্ণা বাছফৰ নামৰ কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। NDRFৰ অভিযানত উদ্ধাৰ হৈছে কিশোৰটিৰ মৃতদেহ। বাকী দুগৰাকী কিশোৰৰ সন্ধানত অব্যাহত আছে NDRFৰ অভিযান।