শান্তিপুৰৰ বনকৰা কিশোৰীৰ অপমৃত্যুৰ তদন্ত ঘোষণা DGP কাৰ্যালয়ৰ

70

শান্তিপুৰৰ বনকৰা কিশোৰীৰ অপমৃত্যুৰ তদন্ত ঘোষণা DGP কাৰ্যালয়ৰ। উলুবাৰীৰ শিশু মিত্ৰ তদাৰকী কোষক তদন্তৰ দায়িত্ব। অসম আৰক্ষীৰ শিশু মিত্ৰ কোষক সহযোগিতা কৰিব চাইল্ড লাইনে। ঘটনা সন্দৰ্ভত নিজাববীয়া গোচৰ ৰুজু কৰিবলৈ বাধ্য হ’ল ভৰলুমুখ আৰক্ষী। BNSৰ বিভিন্ন ধাৰাত ২৯/২৪ত ৰুজু গোচৰ ভৰলু আৰক্ষীৰ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰাৰম্ভিক প্ৰতিবেদন লাভৰ কথাও স্বীকাৰ আৰক্ষীৰ।প্ৰতিবেদন লাভৰ পাছতো আৰক্ষীয়ে কিয় পৰিয়ালক দিয়া নাছিল তাক লৈ উঠিছে প্ৰশ্ন।