লাহৰীঘাটত যৌতুকৰ বাবে ন-বোৱাৰীক হত্যাৰ অভিযোগ

405

লাহৰীঘাটত যৌতুকৰ বাবে ন-বোৱাৰীক হত্যাৰ অভিযোগ। স্বামীৰ পৰিয়ালে ১ লাখ টকাৰ যৌতুক বিচৰাৰ অভিযোগ। ধন নিদিয়াৰ বাবে স্বামী ৰিজাবুল হকে পত্নীক হত্যা কৰাৰ অভিযোগ। চেমিম আখতাৰৰ পৰিয়ালে আদায় দিছিল ৫০ হাজাৰ টকা। বাকী ধনৰাশি নিদিয়াৰ বাবে দীৰ্ঘদিনৰ পৰা নিৰ্যাতন চলোৱাৰ অভিযোগ। স্বামীৰ পৰিয়ালে ফোনযোগে দিছিল হত্যাৰ ভাবুকি । আজি পুৱা ৰহস্যজনক অৱস্থাত উদ্ধাৰ চেমিম আখতাৰৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসা লয়লৈ প্ৰেৰণ মৃতদেহ ।