লাডাখৰ গালৱানত ভাৰতৰ সৈতে বিশ্বাসঘাটকতা কৰে চীন দেশে। ৬ জুনত মল্ডোত হোৱা আলোচনাৰ পিছতে বিশ্বাসঘাটকতা কৰে।
কাঁইটীয়া তাঁৰেৰ বেৰি থকা লোহাৰ ৰডেৰে ভাৰতৰ সেনাক আক্ৰমণ কৰে।
চীনৰ গ্লবেল টাইমছত ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ। দেশত আৰম্ভ হৈছে বয়কট চাইনা।