লখিমপুৰৰ নাওবৈচাৰ এটা ডিলাৰৰ ভয়ংকৰ অগ্নিকাণ্ড

79

লখিমপুৰৰ নাওবৈচাৰ এটা ডিলাৰৰ ভয়ংকৰ অগ্নিকাণ্ড।

সন্ধিয়া ৯বজাত সংঘটিত হয় অগ্নিকাণ্ড।

লখিমপুৰ নাওবৈচাৰ লথৌৰ বিশ্বনাথ মহেন্দ্ৰ ডিলাৰত ভয়ানক অগ্নিকাণ্ড।

অগ্নিকাণ্ডত বহু কেইখন বিলাসী বাহনৰ লগতে অন্য বাহন অগ্নিকাণ্ডত জাহ যায়।

লখিমপুৰৰ পৰা অগা কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাৰ চেষ্টা।

জুই ক’ৰ পৰা সংক্ৰমিত হ’ল এতিয়াও থিৰাং হোৱা নাই।

বহু চেষ্টাৰ মুৰতহে নিশা জুই নুমুৱাবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে।