ৰেকিট আৰু এডিআৰএ ইন্ডিয়া-ৰ বিশ্ব স্বাস্থ্য দিবস উদযাপন

74

উপভোক্তা-স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিশ্বব্যাপী লিডাৰ ৰেকিটে এডিআৰএ ইণ্ডিয়াৰ সৈতে ডুৰেক্স লেড দ বার্ডস অ্যান্ড বীস টক কাৰ্যসূচীৰ অধীনত উত্তৰ-পূব ভাৰতৰ ছয়খন ৰাজ্যত এক সুন্দৰ, স্বাস্থ্যৱান পৃথিৱী গঢ়ি তোলাৰ উদ্দেশ্যত বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰে। সন্মানীয় চৰকাৰী আৰু সামাজিক প্ৰতিনিধিসকলৰ উপস্থিতিত, শিক্ষাৰ্থীসকলে তেওঁলোকৰ শৰীৰ সুৰক্ষিত, পৰিষ্কাৰ আৰু স্বাস্থ্যৱান কৰি ৰখাৰ প্ৰতিশ্ৰুতি লয়।

আৰবি হেলথ এএমইএচএ-ৰ এক্সটাৰ্নাল আফেয়াৰ্চ অ্যান্ড পার্টনারশিপৰ ডিৰেক্টৰ ৰবি ভাটনাগৰ কৈছিল, এই অনুষ্ঠানটোক এক স্মৰণীয় অনুষ্ঠান হিচাপে গঢ়ি তোলাত সকলো চৰকাৰী প্ৰতিনিধিক আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছো। বিশ্ব স্বাস্থ্য দিৱসত, ডুৰেক্স লেড দ বার্ডস অ্যান্ড বীস টক প্ৰগ্ৰামে হাজাৰ হাজাৰ কিশোৰ-কিশোৰীক জীৱনৰ অত্যাৱশ্যকীয় দক্ষতা, জ্ঞান, মনোভাৱৰ বিষয়ে ইন্টারঅ্যাক্ট কৰাৰ বাবে এক অনন্য মঞ্চ প্ৰদান কৰিছে সেইবোৰ ভৱিষ্যতে এনে সুযোগ বুজিবলৈ ইহঁতক সহায় কৰিব।