কোৰোনাই আকৌ লৈছে ভয়ংকৰ ৰূপ। মাত্ৰ ২৪ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈছে ৬২হাজাৰ ২৫৮গৰাকী ব্যক্তি। লগতে যোৱা ২৪ঘন্টাত ২৯১গৰাকী ৰোগীৰ মৃত্যু হৈছে ভাৰতত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি, চলিত বছৰত এটাদিনত কোৰোনাত আক্ৰান্ত সংখ্যা এয়াই হৈছে সৰ্বাধিক। উল্লেখ্য যে, দেশৰ ভিতৰতে কোৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্ত কৰা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত বিগত ২৪ঘন্টাত ৩৫হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত।
Latest article
নাগালেণ্ড চৰকাৰে টাটা এআইএৰ সৈতে অংশীদাৰিত্বৰে ৰাইজৰ বাবে আগবঢ়াইছে জীৱন বীমা আঁচনি
নাগালেণ্ড চৰকাৰে টাটা এআইএ লাইফ ইঞ্চুৰেন্সৰ সৈতে আনুষ্ঠানিকভাৱে অংশীদাৰিত্ব কৰি মুখ্যমন্ত্ৰীৰ সাৰ্বজনীন জীৱন বীমা আঁচনি (চিএমইউএলআইএছ) প্ৰৱৰ্তন কৰিছে, যাৰ লক্ষ্য হৈছে নাগালেণ্ডৰ ১৮ৰ পৰা...
অসম চুক্তি অবৈধ প্ৰব্ৰজনৰ সমস্যাৰ এক ৰাজনৈতিক সমাধান: উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে অসমত অবৈধ অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ সাংবিধানিক বৈধতা বজাই ৰাখিছে। মুখ্য ন্যায়াধীশ ডি.ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া...
আইচিচিৰ হাফ অফ ফেমত অন্তৰ্ভুক্ত ভাৰতৰ প্ৰাক্তন স্পিনাৰ নীতু ডেভিদ
টেষ্ট ক্ৰিকেটৰ ইনিংছত শ্ৰেষ্ঠ বলিং (৮/৫৩) বল কৰা ভাৰতৰ প্ৰাক্তন স্পিনাৰ নীতু ডেভিদ বুধবাৰে আইচিচি (আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ) হাফ অফ ফেমত অন্তৰ্ভুক্ত হোৱা দেশৰ...