যোৱা ২৪ঘণ্টাত দেশত কোৰোনা আক্ৰান্ত হৈ পুনৰ ৩৯১ জনৰ মৃত্যু

70

ডিজিটেল ডেস্ক: দেশত পুণৰ ৩০,২৫৪ গৰাকী লোক কৰোনাত আক্ৰান্ত । কোৰোনাত দেশত ২৪ ঘন্টাৰ ভিতৰত মৃত্যু হয় ৩৯১ গৰাকী লোকৰ ।

নতুনকৈ আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা উভতে ৩৩১৩৬ গৰাকী লোকে । কোৰোনাত সৰ্বমুঠ আৰোগ্য লাভ কৰিলে ৯৩,৫৭,৪৬৪ গৰাকী লোকে। দেশত সৰ্বমুঠ কোৰোনাত আক্ৰান্ত ৯৮,৫৭,০২৯ গৰাকী লোক ।