যোৰহাট নগৰত ভয়ংকৰ অগ্নিকাণ্ড।এটাৰ পাচত ইটো অগ্নিকাণ্ডই জোকাৰি গৈছে যোৰহাট নগৰ।আজি যোৰহাটৰ জেইল ৰোডৰ শান্তিপুৰ পথত আজি এটা গৃহত অগ্নিকাণ্ডৰ সুত্ৰপাত হয়। অগ্নিকাণ্ডটোত এটা গৃহ জুইত সম্পুৰ্ণৰূপে জাহ যোৱাৰ লগতে এখন অংগনবাড়ী বিদ্যালয়ো জাহ যায়।