যান-বাহনৰ পঞ্জীয়নৰ ম্যাদ ৩০ জুনলৈ বৃদ্ধি চৰকাৰৰ

120

ষ্টাফৰিপোৰ্টাৰ, ২২ এপ্ৰিল : যান-বাহনৰ পঞ্জীয়নৰ ম্যাদ ৩০ জুনলৈ বৃদ্ধি কৰিছে চৰকাৰে। পহিলা ফেব্ৰুৱাৰীৰ পৰা ম্যাদ ওকলা বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।ফিটনেছ, সকলো পাৰ্মিট, ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। লকডাউনৰ বাবে এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।