মৰিগাঁৱৰ বিশেষ POCSO আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। শিশুক যৌন নিৰ্যাতনৰ অপৰাধত দীপজ্যোতি ডেকাক যাৱজ্জীৱন কাৰাদণ্ড। কেশৱ নাথ নামৰ আন এটা অপৰাধীক ২০ বছৰৰ কাৰাদণ্ড দিলে মৰিগাঁৱৰ বিশেষ POCSO আদালতে। জাগীৰোড আৰক্ষী থানাৰ গোচৰৰ ভিত্তিত এই ৰায়দান।