মৰিগাঁওত নিশা ভয়ংকৰ অগ্নিকাণ্ড। মৰিগাঁওৰ মানিপুৰ চেপাপাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত নিশা ভয়ংকৰ অগ্নিকাণ্ড । নিমিষতে চাই হৈ গল গেলামাল দোকানখনৰ সকলো সামগ্ৰী । দোকানখনৰ স্বত্বাধিকাৰী দিগন্ত দাসে জনোৱা অনুসৰি প্রায় চাৰি লক্ষাধিক টকাৰ সামগ্ৰী আছিল দোকানখনত । কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ স্বত্বাধিকাৰী দিগন্ত দাসৰ । একমাত্ৰ দোকানখনেই উপাৰ্জনৰ ভৰসা আছিল দিগন্ত দাসৰ ।