মৰিগাঁও আৰক্ষীৰ সফল গাঞ্জা বিৰোধী অভিযান।
এইবাৰ মৰিগাঁও আৰক্ষীৰ অভিযান চলিল মৰিগাঁৱৰ পূব জালুগুটিত
জালুগুটি আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ সহযোগত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই ।
অভিযান কালত ৪ কিঃ ৪৫৩গ্ৰাঃ গাঞ্জাৰ লগতে এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয়।
জব্দকৃত বাহনখনৰ নম্বৰ AS-21-K-9482 ।
অৱশ্যে গাঞ্জাখিনি কঢ়িওৱাৰ বাবে ব্যৱহৃত মটৰ চাইকেলখনৰ লগতে গাঞ্জাখিনি এৰি পলায়ন ধৃত গাঞ্জা সৰবৰাহকাৰীটোৰ
আৰক্ষীৰ পৰৱৰ্তী তদন্তত ধৃত গাঞ্জা সৰবৰাহকাৰীটোৰ তথ্য নিশ্চয় পোহৰলৈ আহিব ।
