ষ্টাফৰিপৰ্টাৰ, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে বুধবাৰে টেলিফোনযোগে বাৰ্তালাপ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।মেঘালয়ৰ মাজেৰে বৰাক উপত্যকা আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যলৈ অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ সৰবৰাহ সন্দৰ্ভত আলোচনা কৰা হয়।
অত্যাৱশ্যকীয় সামগ্ৰীৰ সুচল পৰিবহণ সুনিশ্চিত কৰাৰ বাবে সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে।মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।