মে’ মাহৰ প্ৰথম সপ্তাহত মুকলি হোৱা সম্ভাৱনা আছে বগীবিল টোলগেট

80

দল-সংগঠন, ৰাইজৰ প্ৰতিবাদৰ পাছতো এই বৰ্ষৰ মে’ মাহৰ পৰাই মুকলি হ’ব বগীবিল টোলগেট। ইতিমধ্যে নিৰ্মাণ কাৰ্যৰ সকলো কাম শেষ কৰিছে নিৰ্মাণ প্ৰতিষ্ঠানটোৱে। টোলগেটখন মুকলি হ’লেই ৫২নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডিব্ৰুগড়ৰ পৰা ধেমাজি, লক্ষীমপুৰ নতুবা বগীবিল চাবলৈ গ’লেই সকলোৱে টোলগেটত দিব লাগিব ধন।