তেজপুৰত উদ্ধাৰ প্ৰৱঞ্চক মুনিন্দ্ৰ কোঁৱৰে লৈ উধাও হোৱা বিলাসী বাহন Audi । মুখ্যমন্ত্ৰীৰ OSDৰ নামত কোটি কোটি টকা আত্মসাৎ কৰি অন্তৰ্ধান হৈছিল প্ৰৱঞ্চকটো। সুৰা বিপনীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত কাহিলিপাৰাৰ দিগন্ত বৈশ্য নামৰ লোকজনৰ পৰা ৪৫ লাখ টকা আৰু বাহনখন লৈ উধাও হৈছিল মুনিন্দ্ৰ কোঁৱৰ।
