মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ভোগালীৰ উপহাৰ উজান বজাৰৰ মৎস্য ব্যৱসায়ীসকলৰ৷ ১০ কেজি ওজনৰ এটা চিতল আৰু ৮.৫ কেজি ওজনৰ এটা আৰি মাছ আগবঢ়াই উজান বজাৰৰ মৎস্য ব্যৱসায়ীসকলে৷