ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক ৰাতুল গগৈ বিস্ফোৰক প্ৰতিক্ৰিয়া।
সাধাৰণ জনতা উপৰত বৰ মতা দেখুওৱা চৰকাৰ খনে বদৰুদ্দিন আজমল গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ।
মুখ্য মন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ লগত আজমলৰ এক গভীৰ বন্ধুত্বৰ সম্পৰ্ক আছে নেকি?
মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে এতিয়াও বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ সক্ষম নহ’ল।