ষ্টাফৰিপোৰ্টাৰ, ৩০ এপ্ৰিল ::
- মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰাপত্তাত থকা এন এছ জি জোৱান কোৱাৰেণ্টাইনত।
- হঠাতে বুধবাৰে নিশাৰে পৰা জ্বৰ, কাহত আক্ৰান্ত এন এছ জিৰ জোৱানজন।
- হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়া হৈছে জোৱানজনক
- উত্তৰাখণ্ডৰ জোৱানজনক কাইলৈ কৰা হ’ব কভিড-২৯ পৰীক্ষা।
- তেওঁৰ সৈতে থকা গ্ৰুপটোৰ আটাইকেইজনক বেৰেকতে থকাৰ নিৰ্দেশ।
- গ্ৰুপ কমাণ্ডাৰ হিচাপে এই জোৱানজন মঙলবাৰে আছিল মুখ্যমন্ত্ৰীৰ গাড়ীতে।
- কৰোনা আতংকৰ মাজত এন এছ জি জোৱানৰ অসুস্থতাক লৈ ব্যাপক উদ্বিগ্নতা।