মুখ্যমন্ত্ৰী নীতিশ কুমাৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত

151

মুখ্যমন্ত্ৰী নীতিশ কুমাৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত৷ বাতিল কৰা হ’ব ৫ ফেব্ৰুৱাৰীৰ বিহাৰ বিধানসভাৰ বাজেট অধিৱেশন৷ ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আছিল বাজেট অধিৱেশন৷ প্ৰথমখন বৈঠকৰ আৰম্ভণিতে এই সিদ্ধান্ত নীতিশ কুমাৰ কেবিনেটৰ৷