মুকলি আকাশৰ তললৈ আহিল ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল

85

ষ্টাফৰিপৰ্টাৰ, মুকলি আকাশৰ তললৈ আহিল কৃষক মুক্তিৰ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল। জেইলৰ পৰা ওলায়েই বিজেপিৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰে ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালে।