মিজোৰামত গেছ চিলিণ্ডাৰভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

74

মিজোৰামত গেছ চিলিণ্ডাৰভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা কেইবাশ ফুট দ খাৱৈত পৰিল ট্ৰাকখন।

দুৰ্ঘটনাত থিতাতে নিহত ট্ৰাকখনৰ চালক-হেণ্ডিমেন।

নিহত চালকজন শিলচৰৰ জাকিৰ হুছেইন।

বৰ্তমানেও জানিব পৰা হোৱা নাই হেণ্ডিমেনজনৰ পৰিচয়।

মিজোৰামৰ চিয়াহাত সংঘটিত হয় এই দুৰ্ঘটনা।