‘মিছন বসুন্ধৰা খিলঞ্জীয়া লোকৰ বাবেহে। ভূমিপুত্ৰসকলেই অসমৰ খিলঞ্জীয়া। ধৰ্মান্তৰ হোৱাৰ পূৰ্বৰ ধৰ্মৰ আধাৰত দাবী কৰিলে মিঞাসকলো খিলঞ্জীয়া। মিছন বসুন্ধৰাত ১৩ লাখ লোকে আবেদন কৰিছে। ইয়াৰে আঢ়ৈ লাখক বাছনি কৰিছে SLAC-এ। ভূমিহীন লোকক পট্টা প্ৰদানৰ বাবে গ্ৰহণ কৰা হোৱা নাছিল মিছন বসুন্ধৰা’। বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।
