মায়ানগৰীত প্রৱল বৃষ্টিপাত

90

ষ্টাফৰিপৰ্টাৰ, কৰ’নাৰ গ্রাসত আগৰে পৰাই বিধ্বস্ত অৱস্থা। তাৰ ওপৰতে ভূতৰ ওপৰত দানহ পৰাদি প্রকৃতিৰ তাণ্ডৱ। প্রৱল বৃষ্টিপাত আৰু ভূমিস্খলনত বিপৰ্যস্ত হৈ পৰিছে মায়ানগৰী।