যোৰহাটৰ কেন্দুগুৰী চেঙেলী গাঁৱত সংঘটিত হৈছে মানৱ সমাজত লজ্জানত কৰা এক ঘটনা
ভাড়াঘৰত থকা স্বামী স্ত্ৰীৰ কাজিয়াৰ পৰিণতিত আঘাত প্ৰাপ্ত হৈ মৃত্যু এমহীয়া কন্যা শিশুৰ
ঘৰুৱা কণ্ডলৰ পৰিণতিত শিশুটিৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ
ইতিমধ্যে পিতৃ মাতৃক থানা লৈ নিয়ে আৰক্ষীয়ে
পিতৃয়ে শিশুটিক দলিয়াই দিয়াৰো অভিযোগ প্ৰত্যক্ষ দৰ্শিৰ
স্বামীৰ নাম পংকজ ডেকা আৰু পত্নীৰ নাম বৰ্ণালী ডেকা ।
