মানুহৰ স্বাস্থ্যৰ লগত খেলা একাংশ শীতল পানীয় প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে চাংসাৰীস্থিত মেচাৰ্ছ তিৰুপতিয়ে। ম্যাদ ওকলা আমৰ ৰস বজাৰত বিক্ৰী তিৰুপতি ইণ্ডাষ্ট্ৰীৰ। বঙাইগাঁৱৰ মেচাৰ্ছ মা তাৰা ষ্ট’ৰে পোহৰলৈ আনে এই সমগ্ৰ ঘটনা। অভিযোগৰ ভিত্তিত তিৰুপতি ইণ্ডাষ্ট্ৰীত খাদ্য সুৰক্ষা বিষয়াৰ অভিযান। তিৰুপতি ইণ্ডাষ্ট্ৰীৰ বিৰুদ্ধে খাদ্য সুৰক্ষা অধিনিয়ম মানি নচলাৰ অভিযোগ।
