‘মানসিকভাৱে অসুস্থ হাৰ্ডিক পাণ্ডিয়া’।
এই মন্তব্য প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ ।
IPLত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে দ্বায়িত্ব লোৱাৰ পাছৰে পৰা সমালোচিত হৈ আছে পাণ্ডিয়া।
যাৰ বাবে হাৰ্ডিক পাণ্ডিয়া মানসিক চাপত আছে বুলি উল্লেখ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ।
