মানকাচৰৰ প্ৰাক্তন বিধায়িকা হোছেনাৰা ইছলামৰ বিয়োগ।
পবিত্ৰ ঈদ-উল-আজহাৰ দিনাই ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ হোছেনাৰা ইছলামৰ।
আজি পুৱা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ।
দীৰ্ঘদিনে বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল হোছেনাৰা ইছলাম।
প্ৰয়াত প্ৰাক্তন মন্ত্ৰী জহিৰুল ইছলামৰ পত্নী আৰু মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ মাতৃ হোছেনাৰা ইছলাম।