মাতৃহাৰা হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ

57

মাতৃহাৰা হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ৷ ডিব্ৰুগড়ৰ সঞ্জীৱনি হস্পিতালত ১০ বাজি ৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ লুৰিণৰ মাতৃৰ। লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ চিকিৎসাধীন হৈ আছিল। দুদিন পূৰ্বে উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল দুলু গগৈ।