মাঘ বিহুৰ প্ৰাকক্ষণত মাজুলীবাসীৰ বাবে এটা বেয়া খবৰ।
আজিৰ পৰা বন্ধ সকলো চৰকাৰী জাহাজ।
কমলাবাৰী-অফলামুখ ফেৰীঘাটত বন্ধ চৰকাৰী ফেৰীসেৱা।
জল পৰিবহণ বিভাগে যোগান দিব পৰা নাই ডিজেল।
NRLক টকা দিব নোৱাৰাৰ বাবেই বন্ধ কৰি দিছে তেলৰ যোগান।