মহানগৰীত নৃশংস হত্যাকাণ্ড। হত্যাৰ বলি ইক্ৰাম হুছেইন নামৰ এজন যুৱক। সোমবাৰে নিশা গণেশগুৰিত দলবদ্ধ আক্ৰমণৰ বলি হৈছিল ইক্ৰাম। সামান্য কথাতে মূৰত প্ৰচণ্ড আঘাত কৰিছিল দলটোৱে। চিকিৎসাধীন অৱস্থাত হাস্পতালত মৃত্যু যুৱকজনৰ ।