মহানগৰীত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

81

মহানগৰীত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক।

পাটৰকুছি নতুন বজাৰৰ পৰা আটক ৰোহিত সিংলাক।

হেৰ’ইনসহ আটক ৰোহিত সিংলাক।

ধৃত সৰবৰাহকাৰীটোৰ পৰা উদ্ধাৰ ২৫টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ।

NDPS আইনৰ অধীনত মহানগৰ আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।