মন্ত্ৰী পীযুষ হাজৰিকাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে চিৰাং জিলাৰ পানবাৰী থানাত FIR দিলে অসম জাতীয় পৰিষদ ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰূপম কুমাৰ দাসে।

132

মন্ত্ৰী পীযুষ হাজৰিকাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে চিৰাং জিলাৰ পানবাৰী থানাত FIR দিলে অসম জাতীয় পৰিষদ ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰূপম কুমাৰ দাসে। তেওঁ কয় যে সাম্প্ৰদায়িকৰ অসমত কোনো স্থান নাই। বদৰুদ্দিন আজমল আৰু পিযুজ হাজৰিকা দুয়োগৰাকী নেতাকে তেওঁ কঠোৰ সমালোচনা কৰে। আৰু সম্প্রদায়িক মন্তব্য দিয়াৰ বাবে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে চৰকাৰে উচিত পদপক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায়।