৫৮নং তামুলপুৰ বিধান সভা সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী লেহোৰাম বড়োৱে আজি দাখিল কৰিব মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে নিজ বাসগৃহত পূজা-অৰ্চনা কৰি তামুলপুৰ শ্ৰীমন্ত শাখা সত্ৰত আশীষ লৈ প্ৰায় ১০ হাজাৰো অধিক সমৰ্থক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ৰাওনা হয়। মনোনয়ন পত্ৰৰ দাখিলৰ পূৰ্বে সাংবাদিকৰ আগত প্ৰাৰ্থী গৰাকীয়ে কয়- মোৰ বাবে আজি এক ঐতিহাসিক দিন। ৰাইজৰ মৰম আশীৰ্বাদ লৈ আগন্তুক নিৰ্বাচনত বিপুল ভোটত জয়ী হোৱাৰ কথা সদৰী কৰে। প্ৰাৰ্থী গৰাকীৰ সৈতে সংগ দিয়ে ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, সহ বিটিছিৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী আৰু হেমন্ত কুমাৰ ৰাভাই ।
Latest article
খালিস্তানী নেতা গুৰপটৱন্ত সিংৰ হত্যাক লৈ ক্ষুব্ধ আমেৰিকা
খালিস্তানী নেতা গুৰপটৱন্ত সিং পান্নুনৰ হত্যাৰ ষড়যন্ত্ৰক লৈ ক্ষুব্ধ আমেৰিকা। RAWৰ এজেণ্ট বিকাশ যাদৱক ম’ষ্ট ৱাণ্টেড ঘোষণা আমেৰিকাৰ। আমেৰিকান চোৰাংচোৱা সংস্থা FBIৰ জাননী জাৰি।...
“ছলমান খানে ক’লা হৰিণ হত্যা কৰা নাই”
'ছলমান খানে ক’লা হৰিণ হত্যা কৰা নাই। আমি পঁইতাচোৰাও মৰা নাই। ছলমান খানে লৰেন্স বিষ্ণয়ৰ ওচৰত ক্ষমা বিচৰাৰ কোনো কাৰণ নাই।' উল্লেখযোগ্য যে, পুনৰ...
কাইলৈ মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰে মুখামুখি নিউজিলেণ্ডৰ
স্পিনাৰ এডেন কাৰ্চন আৰু এমেলিয়া কেৰৰ সুন্দৰ প্ৰদৰ্শনৰ সহায়ত শুকুৰবাৰে নিউজিলেণ্ড দলটোৱে কম ৰানৰ খেলখনত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ...