মণিপুৰৰ বেংকৰ ধন আত্মসাৎ কৰা বেংক বিষয়াক দিল্লীত গ্ৰেপ্তাৰ।
বিষয়াজনৰ জিম্মাৰ পৰা নগদ দুই কোটি টকা জব্দ।
বিষয়াজনৰ পৰা জব্দ কৰা হ’ল ৫০ লাখ টকাৰ সোণ।
বেংকৰ ২ কোটি টকা আত্মসাৎ কৰি আত্মগোপন কৰিছিল মনাৰ্কে।