মঙলদৈত বজৰংগ দলৰ অস্ত্ৰ প্ৰশিক্ষণৰ বিৰুদ্ধে দৰঙ আৰক্ষীৰ মঙলদৈ সদৰ থানাত গোচৰ ৰুজু ৷
উল্লেখযোগ্য যে 375 US 153A/34 IPC নং ত গোচৰ ৰুজু কৰিছে।আৰু
সোধ পোছৰ বাবে মঙলদৈ সদৰ আৰক্ষীয়ে আটক কৰিছে মহৰ্ষি বিদ্যা মন্দিৰৰ অধ্যক্ষ হেমন্ত পায়েং আৰু ৰত্ন দাসক।