মই টকাৰ বাবেহে ছবি নিৰ্মাণ কৰো, সমালোচকৰ প্ৰশংসাৰ বাবে নহয়ঃ এছ এছ ৰাজামৌলী

3773

চলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলিয়ে এক সাক্ষাৎকাৰত কয় যে তেওঁ সমালোচকৰ প্ৰশংসাৰ বাবে ছবি নিৰ্মাণ নকৰে।

তেওঁ লগতে কয় যে মই টকাৰ বাবে ছবি নিৰ্মাণ কৰো, দৰ্শকৰ বাবে ছবি নিৰ্মাণ কৰো।

ৰাজামৌলিয়ে কয়, “আৰ আৰ আৰ এখন বাণিজ্যিক ছবি, আৰু এবাৰ মোৰ ছবিখনে বাণিজ্যিকভাৱে ভাল কাম কৰিলে মই অতি সুখী। বঁটা ইয়াৰ সম্প্ৰসাৰণ। মোৰ ইউনিটে কৰা কঠোৰ পৰিশ্ৰমৰ বাবেই এই ফল লাভ কৰিছো।”