ওদালগুৰিৰ ভৈৰৱকুণ্ডত বনৰীয়া হাতী।
ভৈৰৱকুণ্ড পিকনিক স্থলিত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাটীয়ে বনভোজ যাত্ৰীলৈ ললে চোচা৷
ভৈৰৱকুণ্ডত পিকনিক খাবলৈ গলে সন্ধিয়াৰ আগতেও এৰক বনভোজস্থলী৷
অৰুনাচলৰ পৰা কেতিয়া ওলাই আহে বনৰীয়া হাটীৰ জাক তাৰ কোনো ঠিকনা নাই৷
এনেদৰে এতিয়া প্ৰায়ে ওলাই আহে খাদ্যৰ সন্ধানত নামনিলৈ
বনভোজ খাবলৈ যোৱা লোক সকল সাৱধান হৈ সোনকালে এৰক বনভোজস্থলী।
