ভাৰতলৈ আন এক ভাল খবৰ

93

এইবাৰ পেৰিছ পেৰালিম্পিকত ভাৰতীয় এথলীটসকলে বুটলিছে এটাৰ পাছত আনটো পদক।

৪ ছেপ্টেম্বৰত ভাৰতৰ হৈ ধৰমবীৰ সিঙে ক্লাব থ্ৰ’এফ ৫১ত অংশ গ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

তেওঁ ৩৪.৯২ মিটাৰ থ্ৰ’ কৰি এছিয়ান ৰেকৰ্ড ভংগ কৰে।

হাৰিয়ানাৰ ধৰমবীৰ সিঙৰ খেলৰ আৰম্ভণী বৰ বেছি ঠিক নাছিল।

প্ৰথম ৪ টা থ্ৰট তেওঁৰ ফাউল আছিল যদিও পঞ্চম থ্ৰটত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।