ভাৰতবাসীলৈ আন এক দুখবৰ

98

আন এক দুঃখবৰ!

ভাৰতীয় মল্লযোদ্ধা অন্তিম পাংঘালক পেৰিছ এৰাৰ নিৰ্দেশ ।

অলিম্পিক গেম ভিলেজত ভগ্নীক প্ৰৱেশৰ বাবে স্বীকৃতি কাৰ্ডৰ ভুল ব্যৱহাৰৰ অভিযোগ।

অন্তিম পাংঘালসহ দলটোক পেৰিছ এৰাৰ নিৰ্দেশ ।

অন্তিমৰ ব্যক্তিগত সহায়ক, কৰ্মচাৰী বিকাশ আৰু প্ৰশিক্ষক ভগৎ সিঙে কেবত মদ্যপান কৰি যাত্ৰা কৰাৰো অভিযোগ উঠিছে।