ভাৰত চৰকাৰৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্ৰকাশ

148

ভাৰত চৰকাৰৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য।
২০৩৬ চনলৈ ভাৰতৰ জনসংখ্যা ১৫২.২ কোটি হোৱাৰ সম্ভাৱনা।
জনসংখ্যা বিস্ফোৰণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ভাৰতত।
অবাধ জনসংখ্যা বৃদ্ধিয়ে দেশৰ সামাজিক বিন্যাসলৈও আনিছে ভাবুকি।
শেহতীয়াকৈ জনসংখ্যা বৃদ্ধিক লৈ পুনৰ উদ্বেগজনক তথ্য প্ৰকাশ।
ভাৰতত মহিলা আৰু পুৰুষ ২০৩৬ চনলৈ ১৫২.২ কোটি হোৱাৰ সম্ভাৱনা আছে।